সমললৈ যাওক

ভূগোল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
(GR) File renamed: File:Meander as.svgFile:Meander-as.svg Criterion 4 (harmonizing names of file set)
 
(5জন সদস্যই কৰা 7টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই)
1 নং শাৰী: 1 নং শাৰী:
[[File:World map 2004 CIA large 1.7m whitespace removed.jpg|thumb|290px|right|[[পৃথিৱী]]ৰ মানচিত্ৰ]]
[[File:World map 2004 CIA large 1.7m whitespace removed.jpg|thumb|290px|right|[[পৃথিৱী]]ৰ মানচিত্ৰ]]
'''ভূগোল''' ([[গ্ৰীক ভাষা]]ৰ ''γεωγραφία'' - ''geographia''ৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা"<ref>{{Cite web |url=http://www.etymonline.com/index.php?term=geography |title=Online Etymology Dictionary |publisher=Etymonline.com |date= |accessdate=2009-04-17}}</ref>) হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু [[পৃথিৱী]]ৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা [[বিজ্ঞান]]ৰ ভাগ<ref>{{Cite web |title=Geography |work=The American Heritage Dictionary/ of the English Language, Fourth Edition |publisher=Houghton Mifflin Company |url=http://dictionary.reference.com/browse/geography |accessdate=October 9, 2006}}</ref>। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল [[ইৰেট'স্থেনিছ]] (খ্ৰীষ্টপূৰ্ব ২৭৬-১৯৪)। ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন (স্থান), মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা<ref>{{Cite journal |last=Pattison |first=W.D. |year=1990 |title=The Four Traditions of Geography |journal=Journal of Geography |volume=89 |issue=5 |pages=202–6 |url=http://www.geog.ucsb.edu/~kclarke/G200B/four_20traditions_20of_20geography.pdf |issn=0022-1341 |doi=10.1080/00221349008979196 }} Reprint of a 1964 article.</ref>। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰু [[ভৌতিক বিজ্ঞান]]ৰ মাজৰ সেতু" বুলিও অভিহিত কৰা হৈছে। ভূগোলক [[মানৱ ভূগোল]] আৰু [[ভৌতিক ভূগোল]] এই দুটা বহল ভাগত ভগোৱা হৈছে<ref>http://web.clas.ufl.edu/users/morgans/lecture_2.prn.pdf</ref><ref>{{Cite web |url=http://www.physicalgeography.net/fundamentals/1b.html |title=1(b). Elements of Geography |publisher=Physicalgeography.net |date= |accessdate=2009-04-17}}</ref><ref>Bonnett, Alastair ''What is Geography?'' London, Sage, 2008</ref>।
'''ভূগোল''' (ইংৰাজী :- ''Geography'' [[গ্ৰীক ভাষা]]ৰ ''γεωγραφία'' - ''geographia''ৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা"<ref>{{Cite web |url=http://www.etymonline.com/index.php?term=geography |title=Online Etymology Dictionary |publisher=Etymonline.com |date= |accessdate=2009-04-17}}</ref>) হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু [[পৃথিৱী]]ৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা [[বিজ্ঞান]]ৰ ভাগ<ref>{{Cite web |title=Geography |work=The American Heritage Dictionary/ of the English Language, Fourth Edition |publisher=Houghton Mifflin Company |url=http://dictionary.reference.com/browse/geography |accessdate=October 9, 2006}}</ref>। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল [[ইৰেট'স্থেনিছ]] (খ্ৰীষ্টপূৰ্ব ২৭৬-১৯৪)। ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন (স্থান), মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা<ref>{{Cite journal |last=Pattison |first=W.D. |year=1990 |title=The Four Traditions of Geography |journal=Journal of Geography |volume=89 |issue=5 |pages=202–6 |url=http://www.geog.ucsb.edu/~kclarke/G200B/four_20traditions_20of_20geography.pdf |issn=0022-1341 |doi=10.1080/00221349008979196 }} Reprint of a 1964 article.</ref>। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰু [[ভৌতিক বিজ্ঞান]]ৰ মাজৰ সেতু" বুলিও অভিহিত কৰা হৈছে। ভূগোলক [[মানৱ ভূগোল]] আৰু [[ভৌতিক ভূগোল]] এই দুটা বহল ভাগত ভগোৱা হৈছে<ref>http://web.clas.ufl.edu/users/morgans/lecture_2.prn.pdf</ref><ref>{{Cite web |url=http://www.physicalgeography.net/fundamentals/1b.html |title=1(b). Elements of Geography |publisher=Physicalgeography.net |date= |accessdate=2009-04-17}}</ref><ref>Bonnett, Alastair ''What is Geography?'' London, Sage, 2008</ref>।


== ভাগ সমূহ ==
== ভাগ সমূহ ==
19 নং শাৰী: 19 নং শাৰী:
| [[জীৱভূগোল]] || [[জলবায়ু বিজ্ঞান]] আৰু [[বতৰবিজ্ঞান]] || [[উপকূলীয় ভূগোল]] || [[পৰিৱেশ ব্যৱস্থাপনা]]
| [[জীৱভূগোল]] || [[জলবায়ু বিজ্ঞান]] আৰু [[বতৰবিজ্ঞান]] || [[উপকূলীয় ভূগোল]] || [[পৰিৱেশ ব্যৱস্থাপনা]]
|-
|-
| [[চিত্ৰ:Meridian convergence and spehrical excess.png|96px]] || [[চিত্ৰ:Delicate Arch LaSalle.jpg|96px]] || [[চিত্ৰ:Receding glacier-en.svg|96px]] ||[[চিত্ৰ:Meander as.svg|96px]]
| [[চিত্ৰ:Meridian convergence and spehrical excess.png|96px]] || [[চিত্ৰ:Delicate Arch LaSalle.jpg|96px]] || [[চিত্ৰ:Receding glacier-en.svg|96px]] ||[[চিত্ৰ:Meander-as.svg|96px]]
|-
|-
| [[ভূ-মিতি বা গাণিতিক ভূগোল]] || [[ভূ-আকৃতি বিজ্ঞান]] || [[হিমবাহবিদ্যা]] || [[জল-বিজ্ঞান]] আৰু [[হাইড্ৰগ্ৰেফি]]
| [[ভূ-মিতি বা গাণিতিক ভূগোল]] || [[ভূ-আকৃতি বিজ্ঞান]] || [[হিমবাহবিদ্যা]] || [[জল-বিজ্ঞান]] আৰু [[হাইড্ৰগ্ৰেফি]]
|-
|-
| [[চিত্ৰ:Khajuraho-landscape.jpg|96px]] || [[চিত্ৰ:World11.jpg|96px]] || [[চিত্ৰ:Soil profile.jpg|96px]] || [[চিত্ৰ:Pangea animation 03.gif|96px]]
| [[চিত্ৰ:Khajuraho-landscape.jpg|96px]] || [[চিত্ৰ:World11.jpg|96px]] || [[চিত্ৰ:Soil profile.jpg|96px]] ||
|-
|-
| [[ভূ-দৃশ্য বাস্তুব্য বিজ্ঞান]] || [[সমুদ্ৰ বিজ্ঞান]] || [[মৃত্তিকা বিজ্ঞান]] || [[প্ৰত্নভূগোল]]
| [[ভূ-দৃশ্য বাস্তুব্য বিজ্ঞান]] || [[সমুদ্ৰ বিজ্ঞান]] || [[মৃত্তিকা বিজ্ঞান]] || [[প্ৰত্নভূগোল]]
34 নং শাৰী: 34 নং শাৰী:


=== মানৱ ভূূগোল ===
=== মানৱ ভূূগোল ===
ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক  অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।

===মানৱ ভূগোলৰ ভাগসমূহ===

===জনসংখ্যা ভূগোল===
ভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে।

===পৌৰ ভূগোল===
ভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে।
===অৰ্থনৈতিক ভূগোল===
====কৃষি ভূগোল====
====উদ্যোগ ভূগোল====
====বাণিজ্য ভূগোল====
====পৰ্যটন ভূগোল====
====আচৰণ ভূগোল====
====কল্যাণ ভূগোল====
===সমাজ ভূগোল===
====সাংস্কৃতিক ভূগোল====
====ঐতিহাসিক ভূগোল====
====চিকিৎসা ভূগোল====
====ভূ-ৰাজনীতি====
====লিংগৰ ভূগোল====
===ৰাজনৈতিক ভূগোল===
====নিৰ্বাচন ভূগোল====
====প্ৰতিৰক্ষা ভূগোল====
====প্ৰশাসন ভূগোল====

[[শ্ৰেণী:ভূগোল]]


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

16:33, 6 September 2023 অনুযায়ী বৰ্তমান সংস্কৰণ

পৃথিৱীৰ মানচিত্ৰ

ভূগোল (ইংৰাজী :- Geography গ্ৰীক ভাষাγεωγραφία - geographiaৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা"[1]) হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ[2]। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ইৰেট'স্থেনিছ (খ্ৰীষ্টপূৰ্ব ২৭৬-১৯৪)। ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন (স্থান), মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা[3]। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰু ভৌতিক বিজ্ঞানৰ মাজৰ সেতু" বুলিও অভিহিত কৰা হৈছে। ভূগোলক মানৱ ভূগোল আৰু ভৌতিক ভূগোল এই দুটা বহল ভাগত ভগোৱা হৈছে[4][5][6]

ভাগ সমূহ

[সম্পাদনা কৰক]

ভূগোলক দুটা প্ৰধান ভাগত ভগোৱা হৈছে।

  1. প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোল আৰু
  2. মানৱ ভূগোল

প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোল

[সম্পাদনা কৰক]

প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলৰ মূল বিষয়বস্তু হ'ল - পৃথিবীৰ বিভিন্ন অংশ আৰু সেইবোৰৰ গঠন, উপাদান আদিৰ বিষয়ে আৰু প্ৰাকৃতিক সমস্যা সমূহৰ ব্যাখ্যা, আলোচনা আদি কৰা হয়। ই প্ৰধানকৈ ভূ-মণ্ডল বা লিথ'স্ফিয়েৰ বা ছিয়াল বা ওপৰৰ স্তৰ, জলমণ্ডল, বায়ুমণ্ডল, ভূপৃষ্ঠ, আৰু গোলকীয় উদ্ভিদ জগত আৰু প্ৰাণী জগতৰ (জীৱমণ্ডল) গঠন, আৰ্হি, আৰু এইবোৰৰ সমস্যা আৰু সমাধানৰ বিষয়ে আলোচনা কৰে।

প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলক অসংখ্য বিশাল উপভাগত ভগাব পাৰি, এইবোৰৰ কিছুমান হ'ল:

জীৱভূগোল জলবায়ু বিজ্ঞান আৰু বতৰবিজ্ঞান উপকূলীয় ভূগোল পৰিৱেশ ব্যৱস্থাপনা
ভূ-মিতি বা গাণিতিক ভূগোল ভূ-আকৃতি বিজ্ঞান হিমবাহবিদ্যা জল-বিজ্ঞান আৰু হাইড্ৰগ্ৰেফি
ভূ-দৃশ্য বাস্তুব্য বিজ্ঞান সমুদ্ৰ বিজ্ঞান মৃত্তিকা বিজ্ঞান প্ৰত্নভূগোল
ক্কোৱেটাৰনেৰি বিজ্ঞান

মানৱ ভূূগোল

[সম্পাদনা কৰক]

ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক  অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।

মানৱ ভূগোলৰ ভাগসমূহ

[সম্পাদনা কৰক]

জনসংখ্যা ভূগোল

[সম্পাদনা কৰক]

ভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে।

পৌৰ ভূগোল

[সম্পাদনা কৰক]

ভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে।

অৰ্থনৈতিক ভূগোল

[সম্পাদনা কৰক]

কৃষি ভূগোল

[সম্পাদনা কৰক]

উদ্যোগ ভূগোল

[সম্পাদনা কৰক]

বাণিজ্য ভূগোল

[সম্পাদনা কৰক]

পৰ্যটন ভূগোল

[সম্পাদনা কৰক]

আচৰণ ভূগোল

[সম্পাদনা কৰক]

কল্যাণ ভূগোল

[সম্পাদনা কৰক]

সমাজ ভূগোল

[সম্পাদনা কৰক]

সাংস্কৃতিক ভূগোল

[সম্পাদনা কৰক]

ঐতিহাসিক ভূগোল

[সম্পাদনা কৰক]

চিকিৎসা ভূগোল

[সম্পাদনা কৰক]

ভূ-ৰাজনীতি

[সম্পাদনা কৰক]

লিংগৰ ভূগোল

[সম্পাদনা কৰক]

ৰাজনৈতিক ভূগোল

[সম্পাদনা কৰক]

নিৰ্বাচন ভূগোল

[সম্পাদনা কৰক]

প্ৰতিৰক্ষা ভূগোল

[সম্পাদনা কৰক]

প্ৰশাসন ভূগোল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Online Etymology Dictionary". Etymonline.com. http://www.etymonline.com/index.php?term=geography। আহৰণ কৰা হৈছে: 2009-04-17. 
  2. "Geography". The American Heritage Dictionary/ of the English Language, Fourth Edition. Houghton Mifflin Company. http://dictionary.reference.com/browse/geography। আহৰণ কৰা হৈছে: October 9, 2006. 
  3. Pattison, W.D. (1990). "The Four Traditions of Geography". Journal of Geography খণ্ড 89 (5): 202–6. doi:10.1080/00221349008979196. ISSN 0022-1341. http://www.geog.ucsb.edu/~kclarke/G200B/four_20traditions_20of_20geography.pdf.  Reprint of a 1964 article.
  4. http://web.clas.ufl.edu/users/morgans/lecture_2.prn.pdf
  5. "1(b). Elements of Geography". Physicalgeography.net. http://www.physicalgeography.net/fundamentals/1b.html। আহৰণ কৰা হৈছে: 2009-04-17. 
  6. Bonnett, Alastair What is Geography? London, Sage, 2008