সমললৈ যাওক

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
ভিক্টৰিয়া টাৰ্মিনাছ

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/Mumbai" does not exist.
সাধাৰণ তথ্য
স্থাপত্য শৈলী Indo-Saracenic
চহৰ মুম্বাই, মহাৰাষ্ট্ৰ
দেশ ভাৰত
স্থানাংক 18°56′24″N 72°50′07″E / 18.9400°N 72.8353°E / 18.9400; 72.8353স্থানাংক: 18°56′24″N 72°50′07″E / 18.9400°N 72.8353°E / 18.9400; 72.8353
নিৰ্মাণ আৰম্ভ May 1878
সম্পূৰ্ণ May 1888
মূল্য ১৬.১৪ লাখ (২২,৬০০ ডলাৰ)(at that time) Now, ২০১.৩৪ কোটি (২৮.২৩ মিলিয়ন ডলাৰ)
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক বম্বে প্ৰেছিডেন্সী
স্থাপত্যবিদ Frederick William Stevens, Axel Haig
অভিযন্তা Wilson Bell
আধিকাৰিক নাম Chatrapati Shivaji Terminus
ধৰণ সাংস্কৃতিক
চৰ্ত ii, iv
নিৰ্ধাৰিত ২০০৪ (২৮তম session)
প্ৰসংগ  সংখ্যা 945
State Party  ভাৰত
Region এছিয়া-পেছিফিক

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ (ইংৰাজী: Chhatrapati Shivaji Terminus বা Victoria Terminus) মুম্বাইৰ এটি ঐতিহাসিক ৰেল ষ্টেশ্যন। প্ৰধান কাৰ্যালয়। ভাৰতৰ ব্যস্ততম ষ্টেশ্যনসমূহৰ অন্যতম এই টাৰ্মিনাছ মধ্য ৰেল আৰু মুম্বাই আন্তঃনগৰীয় ৰেলৰ এটি প্ৰান্তিক ষ্টেশ্যন। ফ্ৰেডৰিক উইলিয়াম ষ্টিভেনচ নামৰ এজন উপদেষ্টা স্থপতিৰ নক্সা অনুযায়ী ১৮৮৭-৮৮ চনত ই স্থাপন হয়। ষ্টেশ্যনটো নিৰ্মাণ কৰিবলৈ ১০ বছৰ সময় লাগিছিল। ভাৰতৰ সেই সময়ৰ শাসন সম্ৰাজ্ঞী যুক্তৰাজ্যৰ ভিক্টোৰিয়াৰ শাসনৰ সোণালীজয়ন্তী বৰ্ষত (১৮৮৭) ই নিৰ্মাণ হয় বাবে ষ্টেশ্যনৰ নামকৰণ কৰা হৈছিল "ভিক্টোৰিয়া টাৰ্মিনাছ"। এই অনবদ্য স্থাপত্যশৈলীৰ শিল্পনিদৰ্শনটো অতীতত গ্ৰেট ইণ্ডিয়ান পেনিনছুলাৰ ৰেলৱেৰ সদৰ কাৰ্যালয় আছিল। ১৯৯৬ চনত, শিৱসেনাৰ দাবী অনুযায়ী আৰু 'ভাৰতৰ স্থাননাম পৰিৱৰ্তনৰ নীতি' অনুযায়ী ৰাজ্য চৰকাৰে সপ্তদশ শতাব্দীৰ মাৰাঠা সম্ৰাট ছত্ৰপতি শিৱাজী ৰ নামানুসাৰে ষ্টেশ্যনটোৰ নাম পৰিৱৰ্তন কৰে। ২০০৪ চনৰ ২ জুলাইত, ষ্টেশ্যনটোৱে ইউনেস্কোবিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।[1][2]


আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Chhatrapati Shivaji Terminus". World Heritage: Unesco.org. http://whc.unesco.org/en/list/945। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "Chhatrapati Shivaji Terminus" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/945rev.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]